Ads Area

কম্পিউটাৰৰ কেইটামান আৱশ্যকীয় Shortcut বুটাম


Shortcut বুটামে আমাক এটা সহজ আৰু খৰ পদ্ধতিত কম্পিউটাৰ প্ৰগ্ৰেম সঞ্চালন (Navigate) কৰিবলৈ সুবিধা দিয়ে। সাধাৰণতে Shortcut বুটাম ব্যৱহাৰ কৰিবলৈ Alt বুটাম, Ctrl বুটাম বা Shiftবুটামৰ লগত আন বুটাম সংযুক্ত কৰা হয়।“Ctrl+S” এ প্ৰথমে Ctrl বুটাম টিপি ধৰি “S” বুটাম টিপিব লগা বুজায়। কেইটামান আৱশ্যকীয় Shortcutবুটামৰ বিষয়ে শিকোঁ আহক।






   Shortcut Keys
                                    বিৱৰণ
Alt + F
বৰ্তমান চলি থকা প্ৰগ্ৰেমত File menu options উলিৱাবলৈ

Alt + E
বৰ্তমান চলি থকা প্ৰগ্ৰেমত  Edit options উলিৱাবলৈ
Alt + Tab
খোলা থকা প্ৰগ্ৰেম সলাবলৈ
F1
প্ৰায় সকলো Windows প্ৰগ্ৰেমৰ সহায় পাবলৈ
F2
Select কৰা file ৰ নাম সলাবলৈ
F5
বৰ্তমান চলি থকা প্ৰগ্ৰেমৰ Window Refresh কৰিবলৈ
Ctrl + N
কিছুমান প্ৰগ্ৰেমত নতুন, খালি Document খুলিবলৈ (প্ৰগ্ৰেমটো খোলা অৱস্থাত)
Ctrl + O
বৰ্তমান চলি থকা প্ৰগ্ৰেমত File খুলিবলৈ
Ctrl + A
Window ত থকা সকলো বস্তু Select কৰিবলৈ
Ctrl + B
Select কৰা আখৰসমূহ Bold লৈ সলনি কৰিবলৈ
Ctrl + I
Select কৰা আখৰসমূহ Italics লৈ সলনি কৰিবলৈ
Ctrl + U
Select কৰা আখৰসমূহত Underline কৰিবলৈ
Ctrl + F
বৰ্তমানৰ Document বা Window 
Ctrl + S
বৰ্তমানৰ File টো Save কৰিবলৈ
Ctrl + X
Select কৰা বস্তুটো (Item) Cut কৰিবলৈ
Shift + Del
Select কৰা বস্তুটো Cut কৰিবলৈ
Ctrl + C
Select কৰা বস্তুটো Copy কৰিবলৈ
Ctrl + Ins
Select কৰা বস্তুটো Copy কৰিবলৈ
Ctrl + V
Paste কৰিবলৈ
Shift + Ins
Paste কৰিবলৈ
Ctrl + K
Select কৰা আখৰত Hyperlink ভৰাবলৈ
Ctrl + P
বৰ্তমানৰ পৃষ্ঠা বা Document টো Print কৰিবলৈ
Home
বৰ্তমানৰ শাৰীৰ প্ৰথমত যাবলৈ
Ctrl + Home
বৰ্তমানৰ Document ৰ প্ৰথমত যাবলৈ
End
বৰ্তমানৰ শাৰীৰ অন্তিমত যাবলৈ
Ctrl + End
বৰ্তমানৰ Document ৰ অন্তিমত যাবলৈ
Shift + Home
বৰ্তমানৰ ঠাইৰ পৰা শাৰীটোৰ প্ৰথমলৈ Highlight কৰিবলৈ
Shift + End
বৰ্তমানৰ ঠাইৰ পৰা শাৰীটোৰ পৰা অন্তিমলৈ Highlight কৰিবলৈ
Ctrl + Left arrow
এবাৰত এটা শব্দ বাওঁফাললৈ যাবলৈ
Ctrl + Right arrow
এবাৰত এটা শব্দ সোঁফাললৈ যাবলৈ
Ctrl + Esc
START menu খুলিবলৈ
Ctrl + Shift + Esc
Windows Task Manager খুলিবলৈ
Alt + F4
বৰ্তমান চলি থকা প্ৰগ্ৰেম বন্ধ কৰিবলৈ
Alt + Enter
Select কৰা বস্তুৰ (Item) ৰ Properties উলিৱাবলৈ (file, folder, shortcut, etc.)




Post a Comment

0 Comments