প্ৰযুক্তি বিদ্যা সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ।সাধাৰণ জ্ঞান 2020।অসমীয়া কুইজ
অসমীয়া কুইজ।GK On Computer Scienceand Information Technology {Assamese}
প্ৰযুক্তিবিদ্যাৰ সাধাৰণ জ্ঞান
1. ডেইছি হুইল প্ৰিন্ট – একেলগে এটি ক্যাৰেক্টাৰৰ বেছি প্ৰিন্ট কৰিব নোৱাৰে।
2. 1 নিবল = 4 বিটস I
3. HTML ৰ সম্পূৰ্ণ নাম – Hypertext Markup Language
4. Rom ত যি প্ৰগ্ৰাম সমূহ ৰখা হয় তাক কোৱা হয় ফাৰ্মৱয়েৰ I
5.DOS ৰ সম্পূৰ্ণ নাম -Disk Operating System
6. লাইনাৰ প্ৰিন্টাৰ একেলগে এটি লাইন প্ৰিন্ট কৰিব পাৰে ।
7. FORTRAN ভাষাটো – বিজ্ঞান ক্ষেত্ৰত ব্যৱহাৰ কৰা হয় I
8. COBOL ভাষাটো ব্যবসায়িক ক্ষেত্ৰত ব্যৱহাৰ হয় I
9. কম্পিউটাৰৰ ভাইৰাছক কোৱা হয় – বাগ I
10. C,C++ JAVA এইসমূহ হল প্ৰগামিক ভাষা।
11. মাইক্ৰো কম্পিউটাৰৰ ডাটাবেছ মেনেজমেন্ট ছিস্টেমক কয় – ডি.বেছ I
12. CAD কথাটো যুক্ত – ডিজাইনিং ক্ষেত্ৰত I
13. কম্পিউটাৰৰ প্ৰকৃত প্ৰছেচিং ৰ কামটো কৰে –ALU
14. ALU ৰ সম্পূৰ্ণ নাম – Arithmetic Logic Unit.
15. প্ৰথম ইন্টাৰনেটত উপলব্ধ মেগাজিন হল –ইন্ডিয়া টু ডে I
16. IBM ৰ সম্পূৰ্ণ নাম – International Business Machine.
17. ভাৰতৰ প্ৰথম কম্পিউটাৰ চালিত ডাকঘৰ – নতুন দিল্লী I
18. ভাৰতৰ তৈৰী প্ৰথম কম্পিউটাৰ – সিদ্ধাৰ্থ I
19. এটা হাৰ্ডডিস্কৰ গতি হল – 3600 Cycles/minute.
20. ভাৰতৰ প্ৰথম কম্পিউটৰ প্ৰস্তুতকাৰী সংস্থা –Wipro.
21. ROM ৰ সম্পূৰ্ণ নাম – Read Only Memory.
22. UPS ৰ সম্পূৰ্ণ নাম – Uninterepted Power Supplier.
23. ISDN ৰ সম্পূৰ্ণ নাম – Untrigated Services Digital Network
24. WAP ৰ সম্পূৰ্ণ নাম – Wearless Appliances Protocol.
25. ভাৰতীয় ডাক বিভাগ E-Post আৰম্ভ কৰে – 2004 চনৰ 4 জানুৱাৰীত I
26. লোডাৰ হল এটি প্ৰোগ্ৰাম যি প্ৰোগ্ৰামক মেম'ৰিত স্থানান্তৰিত কৰে ও কামৰ বাবে তৈৰী কৰে I
27. ডিজিটাল ছাৰ্কিটত – এনালগ স্তৰৰ ডিস্ক্ৰিট বেন্ডৰ ছিংগল পৰিবহন হয় ।
28. বুটিং দা ছিস্টেম ৰ অৰ্থ
29. MS-DOS ৰ এক্সটাৰ্নাল কামান্ড হল -FORMAT.
30. DOS ৰ কামান্ড হল – DUPLICATE.
31. LAN ৰ সম্পূৰ্ণ নাম – Local Area Network.
32. কম্পিউটাৰৰ প্ৰোগ্ৰামিং ভাষা যি শিশুসকলে প্ৰায়েই ব্যৱহাৰ কৰে – Logo
33. শিশুসকলৰ কম্পিউটাৰ প্ৰগ্ৰামিং ৰ প্ৰথম পাঠ – Logo .
34. যি হাৰত CRT ত স্ক্যানিং ৰ পুনৰাবৃত্তি ঘটে তাক কোৱা হয় – Refresh Rate.
35. A Bug in a Program হল এটি Error .
36. কম্পিউটাৰৰ পৰা ডাটা ডিলিট কৰি দিলে সেইয়া ডিস্কত থাকি যায় যিমান সময় পৰ্যন্ত ৰিসাইকেল বিণ খালি না কৰা হয় I
37. Google হল এটি সাৰ্চ ইঞ্জিন I
38. DVB ৰ সম্পূৰ্ণ নাম – Digital Versetile Disk.
39. আইকন হল – ছবি কামান্ড I
40. Internet Explorer NetScape Mozilla হল – Navigation Program
41. Secondary Storage ৰ উদাহৰণ – DVD, Flpooy, Megnatic Tap.
42. যি Blinking Bar টি কম্পিউটাৰৰ মনিটৰৰ টেক্সটত ব্যৱহাৰকাৰীৰ অৱস্থান দেখায় তাক কয় – কাৰ্চাৰ I
43. ডিজিটাল চাৰ্কিট যি ধৰনৰ তথ্য ব্যৱস্থা স্বীকাৰ কৰে সেয়া হল – বাইনাৰি পদ্ধতি I
44. Html ত কিৱাৰ্ড সম্পন্ন ট্যাগ সমূহ যিয়ে ঘেৰি ৰাখে তাক কোৱা হয়- এঙ্গুলাৰ ব্ৰ্যাকেট (<>) I
45. 1 Nibble = 1/2 Octet .
46. WRITE হল – টেক্সট এডিটৰ I
47. বিশ্বেৰ প্ৰথম চুপাৰ কম্পিউটাৰ - ‘Kre K1S’
48. বিশ্বৰ প্ৰথম চুপাৰ কম্পিউটাৰ আৱিষ্কাৰ কৰে – চিমোৰ ক্ৰে I
49. ভাৰতত প্ৰথম চাইবাৰ স্কুল আৰম্ভ কৰে – কৰ্পাৰেছন ইন্টেল 1996 চনত I
50. Information Super Highway কোৱা হয় – Internet ক I
0 Comments