Ads Area

গণিতৰ জনা নজনা কিছু তথ্য।গণিতৰ সাধাৰণ জ্ঞান।Amazing-Cool Facts About Maths in Assamese

গণিতৰ জনা নজনা কিছু তথ্য

Amazing-Cool Facts About Maths in Assamese




Amazing-Cool Facts About Maths in Assamese


আজি আমি আলোচনা কৰিম গণিতৰ জনা নজনা ৪০ টা তথ্যৰ বিষয়ে। যিসমূহ হয়তো আপুনি নাযানে।আজিৰ পোষ্টটো বহুতেই আকৰ্ষণীয় ও বহু দৰকাৰী।
আপুনি যদি এজন গণিত প্ৰেমী তেনেহলে এই পোষ্টটোয়ে আপোনাৰ মন জয় কৰি লব।

গণিতৰ জনা-নজনা বিস্ময়কৰ ৪০টা তথ্য

  
👇👇👇👇👇👇👇👇👇👇👇👇👇👇

০১. mathematics শব্দৰ উৎপত্তি গ্ৰীক শব্দ mathema ৰ পৰা উৎপত্তি, যাৰ অৰ্থ লাৰ্নিং, স্টাডি বা চায়েন্স।

০২. dyscalculia নামৰ গণিতসংশ্লিষ্ট এটি শব্দ আছে। ইয়াৰ অৰ্থ পাটিগণিত শিকাৰ অসুবিধা, অৰ্থাৎ সংখ্যা ও গণিত তথ্য জনা-বুজাৰ অসুবিধা।

০৩. আমেৰিকাত মেথামেথিক্স পৰাািচিত ‘মেথ’ নামত। সিহঁতে কয়, মেথামেথিক্স শব্দৰ নিচিনা মেথ শব্দটোও একবচন।

০৪. আপুনি জানেনে ‘Mathematics’ হৈছে ‘me asthmatic’-ৰ এটি anagram। উল্লেখ্য যে আনাগ্ৰাম হৈছে এটি শব্দ বা বাগধাৰা, যি তৈৰি কৰা হয় অইন শব্দ বা বাগধাৰাৰ বৰ্ণ ইফাল সিফাল কৰি নহযলে পৰস্পৰৰ স্থান পৰিৱৰ্তন কৰি।

০৫. জন্তুৰ হাড়ৰ ওপৰত কটা খাঁজ বা কটা দাগৰ পৰা প্ৰমাণ পোৱা যায় মানুহ গণিত ব্যৱহাৰ আৰম্ভ কৰে ৩০ হাজাৰ খ্ৰীস্টঃপূৰ্বৰ পৰাই।

০৬. Hundrath শব্দটো আহিছে প্ৰাচীন Norse ভাষাৰ পৰা। আৰু ndred শব্দটো আহিছে এই hundrath শব্দ পৰা। সকলোতকৈ আচৰিত এয়া যে এই hundrath শব্দৰ অৰ্থ ১০০ নহয়। বৰং ইয়াৰ অৰ্থ ১২০। প্ৰসঙ্গত, ইংৰাজী ভাষাৰ উৎপত্তি উল্লেখিত নৰ্চ  ভাষাৰ পৰা।

০৭. Million, billion, trillion ইত্যাদিৰ পিছতে ইংৰাজী সংখ্যাবাচক কোন শব্দ আহে?জানেনে?
এই শব্দসমূহৰ পিছত আহে Quadrillion, quintillion, sextillion, septillion, octillion, nonillion, decillion and undec zero illion.

০৮. থাই ভাষাত ৫ সংখ্যাটি উচ্চাৰিত হয় Ha হিচাপে সেই অনুযায়ী ৫৫৫ সংখ্যাটি ব্যৱহাৰ হয় অপশব্দ HaHaHa শব্দৰ বিকল্প হিচাপে।

০৯. শূন্য (০) অংকটো বুজাবলৈ ইংৰাজীত বহু কেইটা শব্দ ব্যৱহাৰ হয়। এইসমূহ হৈছে : zero, nought, naught, nil, zilch and zip।

১০. শূন্য হৈছে একমাত্ৰ সংখ্যা, যি ৰোমান সংখ্যা পদ্ধতিত প্ৰকাশ কৰা নাযায়।

১১. শব্দটো লোৱা হৈছে আৰবী শব্দ sifr পৰা। একেই শব্দৰ পৰা আমি পাইছোঁ ইংৰাজী শব্দ cipher, ‘লিখাৰ এক গোপন উপায়’।

১২. আপুনি জানেনে ৯ হৈছে জাদুৰ এটি সংখ্যা।যিকোনো সংখ্যাক ৯ দি গুণ কৰিলে গুণফলৰ অংকসমূহৰ সমষ্টি সকলো সময়তে ৯ দিয়ে নিঃশেষত বিভাজ্য হয়।

১৩. ৯-ৰ আৰু এক আমোদ হল, যিকোনো সংখ্যাক ৯ দি গুণ কৰিলে পোৱা গুণফলৰ অংকসমূহৰ সমষ্টি এটি অংকত  নোপোৱা পৰ্যন্ত বাৰবাৰ ফল উলিয়ালে সৰ্বশেষত ৯ য়ে হয়।

১৪. যিকোনো সংখ্যা ৩ দি বিভাজ্য হয় নে নহয় সেইয়া চাবলৈ এটি কৌশল হল, সংখ্যাটোৰ অংকসমূহৰ যোগফল ৩ দি বিভাজ্য হলে সংখ্যাটোও ৩ দিয়ে বিভাজ্য হব।

১৫. সমান (=) চিহ্ন উদ্ভাৱিত হয় ষোড়শ শতাব্দীত। উদ্ভাৱন কৰে ৱয়েলচ গণিতবিদ ৰবাৰ্ট ৰিকৰ্ডি। তেখেত তাৰ ব্যবহৃত সমীকৰণত ‘ইকুয়েল টু’ বাৰবাৰ লিখি বিৰক্ত হয় আৰু পৰৱৰ্তীত এই সমান চিহ্ন উদ্ভাৱন কৰে।

১৬. Google ব্ৰেন্ডনামটো লোৱা হৈছে Googol শব্দৰ পৰা,যি হয় এটি সংখ্যা। আৰু এইসংখ্যাটো হৈছে ১-ৰ পিছত ১০০টা শূণ্য বহালে যি হয় সেইয়াই Googol…..
আৰু এসংখ্যাটো ১৯৪০ চনত প্ৰথম ব্যৱহাৰ কৰে ৯ বছৰৰ বালক মিল্টন ছিৰোটা (Milton Sirotta)। চাৰ্ছ ইঞ্জিন Google-ৰ নামটো আহে এই googol শব্দৰ ভুল বানানৰ পৰা।

১৭. কেলকূলিটাৰ সূচনা অ্যাবাকাচৰ পৰা।

১৮. কেতিয়াবা লক্ষ্য কৰিছে নে, এটা লুডু গুটিৰ পৰস্পৰ
বিপৰাাীত দুই কাষৰ ফুটাৰ সংখ্যাৰ যোগফল সদায় ৭ হয়।

১৯. জানি ৰাখক ১১১, ১১১, ১১১ সংখ্যাটোৰ বৰ্গ কৰিলে বৰ্গফল হয় এটি মজাৰ সংখ্যা। আৰু এই মজাৰ বৰ্গসংখ্যাটো হৈছে : ১২৩৪৫৬৭৮৯৮৭৬৫৪৩২১। লক্ষ্য কৰক, সংখ্যাটোৰ প্ৰথমৰ পৰা ধাৰাবাহিকভাবে ১ পৰা ৯ পৰ্যন্ত লিখাৰ পিছত আকৌ ধাৰাবাহিকভাবে তলৰ পৰা ১ পৰা সংখ্যা আৰম্ভ হৈছে।

২০. যোগ (+) ও বিয়োগ (-) চিহ্ন দু’টিৰ ব্যৱহাৰ আৰম্ভ হয় ১৯৪৮ চনৰ  পৰা ।

২১. জ্যামিতিত icosagon কোৱা হয় ২০ বাহু দি সীমাবদ্ধ ক্ষেত্ৰক।

২২. ত্ৰিকোণোমিতি হৈছে ত্ৰিভুজৰ তিনি বাহু ও তিনি কোণৰ সম্পৰ্ক বিদ্যা।

২৩. যদি ১ পৰা ১০০ পৰ্যন্ত সংখ্যাসমূহ একলগে যোগ কৰা হয়, যোগফল হয় ৫০৫০।

২৪. ইংৰাজীত বানান কৰি ০ পৰা ১০০০ পৰ্যন্ত সংখ্যা লিখিলে বৰ্ণটি প্ৰয়োজন হব মাত্ৰ thousand লিখাৰ সময়ত।

২৫. এক চেকেণ্ডৰ ১০০ ভাগৰ ১ ভাগ সময়ৰ এককক লৰভভু কোৱা হয়।

২৬. ইংৰাজী ভাষাত  FOUR হৈছে একমাত্ৰ সংখ্যা, যাৰ সংখ্যামান বৰ্ণসংখ্যাৰ সমান।

২৭. ইংৰাজী সংখ্যাবাচক শব্দসমূহৰ মাজত একমাত্ৰ forty-ত বৰ্ণমালাসমূহ ধাৰাক্ৰমে বহে। 

২৮. তেইছ জনৰ একদল মানুহৰ মাজত কমপক্ষে দুইজনৰ জন্ম তাৰিখ এক হওয়াৰ সম্ভাবনা অৰ্ধকতকৈ বেছি।

২৯. এটি কাল্ছৰ ৫০ জন ছাত্ৰৰ মাজত কমপক্ষে দুইজনৰ জন্মদিন নিশ্চিত একেই হয়।

৩০. একে পৰিসীমাবিশিষ্ট সকলো আকাৰৰ ক্ষেত্ৰৰ মাজত বৃত্তৰ ক্ষেত্ৰফলেই সকলোতকৈ বেছি।

৩১. তাইপত ১৯৯৫ চনত নাগৰিক সাধাৰণক কোৱা হয় ৰ'ড নম্বৰৰ পৰা ‘4’ সংখ্যাটো আতৰাই দিব, কাৰণ ইয়াৰ উচ্চাৰণ চীনা ভাষাৰ এনে এটি শব্দৰ দৰে যাৰ অৰ্থ মৃত্যু। সেয়ে বহু চীনা হাস্পাতালত ফোৰ্থ ফ্লৰ নাই।

৩২. লেটিন শব্দ fractio (to break) পৰা FRACTION শব্দটোৰ উৎপত্তি।

৩৩. গাণিতিক সমীকৰণ সমাধান কৰিব গৈ পিথাগোৰীয় গ্ৰিক গণিতবিদসকলে সংখ্যা বুজাবলৈ ব্যৱহাৰ কৰেছিল। পাথৰৰ সৰু সৰু টুকৰা। ইয়াৰ পৰাই Calculus-এৰ জন্ম হৈছিল, কাৰণ গ্ৰীক ভাষাত কেলকুলাছ অৰ্থ সৰুপাথৰ।

৩৪. বহু দেশত ১৩ সংখ্যাটোক বিবেচনা কৰা হয় এটি অমংগল সংখ্যা বা দুৰ্ভাগ্যসংখ্যা হিছাপে। এই সংখ্যাটিক আগুৰি আছে হেজাৰ মিথ বা অতিকথন। কোনো কোনো ইউৰোপীয় ধৰ্মমতে, ভাল দেৱতাৰ সংখ্যা ১২ ও দুষ্ট দেৱতাৰ সংখা ১৩

৩৫. অমংগল সংখ্যা ১৩ ক লৈ আৰু এক  মিথ আছে যিশুখ্ৰীষ্টৰ ক্ৰুশবিদ্ধ হোৱাৰ আগত তাৰ জীৱনৰ সৰ্বশেষত নৈশভোজ তথা ‘লাস্ট চিপাৰ’ক বুলি কোৱা হয়, এই দুৰ্ভাগ্যজনক ভোজত অংশ লয় মোট ১৩ জন : যিশু নিজে ও তাৰ ১২ জন শিষ্য। জুডাছ আছিল সেই নৈশভোজৰ ত্ৰয়োদশ অতিথি।

৩৬. আপুনি কি ফেবোনাচ্চি নম্বৰৰ কথা শুনিছে? এইটো এনে এটি সংখ্যাধাৰা, যাৰ প্ৰতিটো সংখ্যা ইয়াৰ পূৰ্ববৰ্তী দু’টি সংখ্যাৰ যোগফল। সংখ্যাধাৰাটোৰ এটা উদাহৰণ হৈছে : ১, ১, ২, ৩, ৫, ৮, ১৩, ২১, ৩৪, ...।

৩৭. আমি জানো, ২২ সংখ্যাটোঅ ৭ দি ভাগ কৰিলে যি মান পোৱা যায়, সেইটো হৈছে পাই (চৰ)-ৰ মান। আচলতে যিকোনো এটি বৃত্তৰ পৰিসীমাৰ দৈৰ্ঘ্যক তাৰ ব্যাসৰ দৈৰ্ঘ্য দি ভাগ কৰিলেই ‘পাই’-ৰ এই মানটো পোৱা যায়। ইয়াৰ মান অসীমসংখ্যক দশমিক স্থান পৰ্যন্ত হয়। দুই দশমিক স্থান পৰ্যন্ত ইয়াৰ আসন্ন মান ৩.১৪। তিনি দশমিক স্থান পৰ্যন্ত ইয়াৰ মান ৩.১৪১। সাত দশমিক স্থান পৰ্যন্ত ইয়াৰৰ আসন্ন মান ৩.১৪২৫৯২৬। সৰ্বশেষত উল্লেখিত সাত দশমিক স্থান পৰ্যন্ত মানটো আমি সহজেই মনত ৰাখিবলৈ ইংৰাজী May ও have a large container of coffee? বাক্যটোৰ ব্যৱহাৰ কৰো। ধাৰাবাহিকভাবে বাক্যটোৰ প্ৰতিটি শব্দৰ বৰ্ণসংখ্যা বহাই এই মানটো পোৱা যায়। মাত্ৰ প্ৰথম সংখ্যা ৩-ৰ পৰা এটি দশমিক চিহ্ন বহাব লাগে।

৩৮. আপুনি কি Palindrome Number নামটো শুনিছে? এইটো এনে ধৰনৰ সংখ্যা, যি বাওঁফাল বা সোঁ ফালৰ পৰা বিবেচনা কৰিলে সংখ্যামানৰ পৰিবৰ্তন নহয়। ১২৮২১ এটি পেলিনড্ৰোম সংখ্যা। তেনেকৈ ৫০৫ অন্য এক পেলিনড্ৰোম সংখ্যা।

৩৯. সংখ্যা ৪২০ উচ্চাৰণ কৰামাত্ৰকে চকুত ফুটি উঠে একন ঠকবাজৰ চেহেৰা।

৪০. পাইথাগোৰাছৰ উপপাদ্য তেখেতে আৱিষ্কাৰ নাই কৰা তেখেতে মাত্ৰ এইটো জনপ্ৰিয় কৰি তোলে।

Post a Comment

0 Comments