অসমীয়া সাধাৰণ জ্ঞান 2021,সাধাৰণ জ্ঞান 2021 pdf,অসমীয়া সাধাৰণ জ্ঞান ২০২১,Apsc সাধাৰণ জ্ঞান,অসমীয়া সাধাৰণ জ্ঞান pdf,বিজ্ঞানৰ সাধাৰণ জ্ঞান.সাধাৰণ জ্ঞান চতুৰ্থ শ্ৰেণীৰ.সাধাৰণ জ্ঞান অসম বুৰঞ্জী
অসমীয়া সাধাৰণ জ্ঞান 2021,সাধাৰণ জ্ঞান 2021 pdf,অসমীয়া সাধাৰণ জ্ঞান ২০২১
আপুনি যদি SSC, BANK, RAILWAY বা অন্যান্য Competitive Exams(প্রতিযোগিতামূলক পৰীক্ষাৰ )ৰ বাবে প্রস্তুতি চলাইছে তেন্তে আপোনাৰবাবে আজিৰ এই পোষ্টটো অত্যন্ত জৰুৰী । Competitive Exams(প্রতিযোগিতামূলক পৰীক্ষাৰ )ৰ বাবে ভাৰতৰ প্রথম,প্ৰথম ভাৰতীয়,বিভিন্ন ক্ষেত্ৰত ভাৰতৰ প্ৰথম এই তালিকাখন অত্যন্ত গুৰুত্বপূৰ্ণ ।আজি আমি ভাৰতৰ প্রথম,প্ৰথম ভাৰতীয়,বিভিন্ন ক্ষেত্ৰত ভাৰতৰপ্ৰথম সম্পর্কত এটি পোষ্ট আগবঢ়াইছো যি আপোনাক ভাৰতৰ প্রথম,প্ৰথম ভাৰতীয়,বিভিন্ন ক্ষেত্ৰত ভাৰতৰ প্ৰথম সম্পর্কে আৰু অধিকজানিবলৈ সহায় কৰিব ।
অসমীয়া সাধাৰণ জ্ঞান 2021,সাধাৰণ জ্ঞান 2021 pdf,অসমীয়া সাধাৰণ জ্ঞান ২০২১,Apsc সাধাৰণ জ্ঞান,অসমীয়া সাধাৰণ জ্ঞান pdf,বিজ্ঞানৰ সাধাৰণ জ্ঞান.সাধাৰণ জ্ঞান চতুৰ্থ শ্ৰেণীৰ.সাধাৰণ জ্ঞান অসম বুৰঞ্জী
প্ৰশ্নঃ স্বাধীন ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিল
(ক) ডঃ জাকিৰ হুছেইন
(খ) ডঃ ৰাজেন্দ্ৰ প্ৰসাদ
(গ) ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণণ
(ঘ) জৱাহৰলাল নেহৰু
উত্তৰঃ ডঃ ৰাজেন্দ্ৰ প্ৰসাদ
প্ৰশ্নঃ স্বাধীন ভাৰতৰ প্ৰথম উপৰাষ্ট্ৰপতি কোন?
(ক) ডঃ জাকিৰ হুছেইন
(খ) ডঃ ভি ভি গিৰি
(গ) জি এছ পাঠক
(ঘ) ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণণ
উত্তৰঃ ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণণ
প্ৰশ্নঃ স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী
কোন আছিল?
কোন আছিল?
(ক) ইন্দিৰা গান্ধী
(খ) জৱাহৰলাল নেহেৰু
(গ) লাল বাহাদুৰ শাস্ত্ৰী
(ঘ) মোৰাৰজি দেশাই
উত্তৰঃ জৱাহৰলাল নেহৰু
প্ৰশ্নঃ স্বাধীন ভাৰতৰ প্ৰথম প্ৰধান
বিচাৰপতি জন কোন?
বিচাৰপতি জন কোন?
(ক) হীৰালাল জে কানাইয়া
(খ) এ এন ৰায়
(গ) বি পি সিনহা
(ঘ) পি এন ভগবতী
উত্তৰঃ হীৰালাল জে কানাইয়া
প্ৰশ্নঃ স্বাধীন ভাৰতৰ প্ৰথম মুখ্য নিৰ্বাচন
কমিশনাৰ কোন?
কমিশনাৰ কোন?
(ক) ডঃ নগেন্দ্ৰ সিংহ
(খ) আৰ কে ত্ৰিবেদী
(গ) টি স্বামীনাথণ
(ঘ) সুকুমাৰ সেন
উত্তৰঃ সুকুমাৰ সেন
প্ৰশ্নঃ দাদা সাহেব ফালকে পুৰস্কাৰ
প্ৰথম কাক প্ৰদান কৰা হয়?
প্ৰথম কাক প্ৰদান কৰা হয়?
(ক) শ্ৰীমতী দেবিকা ৰাণী
(খ) বি এন চৰকাৰ
(গ) বি এন ৰেড্ডি
(ঘ) খান আব্দুল গফফৰ খান
উত্তৰঃ শ্ৰীমতী দেবিকা ৰাণী
প্ৰশ্নঃ নিম্নলিখিত ব্যক্তিসমূহৰ মাজত প্ৰথম
কোনে জ্ঞানপীঠ পুৰস্কাৰে পুৰস্কিত হৈছিল
কোনে জ্ঞানপীঠ পুৰস্কাৰে পুৰস্কিত হৈছিল
(ক) তাৰা শঙ্কৰ বন্দ্যোপাধ্যায়
(খ) টি এস পিল্লাই
(গ) জি শঙ্কৰ কুৰুপ
(ঘ) পান্না লাল প্যাটেল
উত্তৰঃ জি শঙ্কৰ কুৰুপ
প্ৰশ্নঃ কোন ভাৰতীয়ই প্ৰথম নোবেল
পুৰস্কাৰৰ অধিকাৰী হৈছেল?
পুৰস্কাৰৰ অধিকাৰী হৈছেল?
(ক) ডঃ হৰ গোবিন্দ খুৰানা
(খ) ডঃ অমৰ্ত্য শেন
(গ) ৰবীন্দ্ৰ নাথ ঠাকুৰ
(ঘ) ছাৰ চি ভি ৰমণ
উত্তৰঃ ৰবীন্দ্ৰ নাথ ঠাকুৰ
প্ৰশ্নঃ ভাৰতৰ প্ৰথম আই চি এচ অফিচাৰ জনৰ নাম
(ক) সুভাষ চন্দ্ৰ বসু
(খ) সত্যেন্দ্ৰনাথ ঠাকুৰ
(গ) ৰাধানাথ শিকদাৰ
(ঘ) অমিতাভ চৌধুৰী
উত্তৰঃ সত্যেন্দ্ৰনাথ ঠাকুৰ
প্ৰশ্নঃ ভাৰতৰ প্ৰথম মহাকাশচাৰীজনৰ নাম কি ?
(ক) শিব কুমাৰ
(খ) মিহিৰ শেন
(গ) ৰাকেশ শৰ্মা
(ঘ) জে আৰ ডি টাটা
উত্তৰঃ ৰাকেশ শৰ্মা
প্ৰশ্নঃ ভাৰতৰ প্ৰথম উপ প্ৰধান মন্ত্ৰী কোন আছিল?
(ক) ডঃ ৰাজেন্দ্ৰ প্ৰসাদ
(খ) সৰ্দাৰ বল্লভ ভাই পেটেল
(গ) মিহিৰ সেন
(ঘ) গৌতম কাজী
উত্তৰঃ সৰ্দাৰ বল্লভ ভাই পেটেল
প্ৰশ্নঃ ভাৰতৰ প্ৰথম ৰাজ্য সভাৰ চেয়াৰমেন
জনৰ নাম কি?
জনৰ নাম কি?
(ক) সুকুমাৰ সেন
(খ) হীৰালাল জে কানাইয়া
(গ) ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণন
(ঘ) ডঃ ৰাজেন্দ্ৰ প্ৰসাদ
উত্তৰঃ ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণন
প্ৰশ্নঃ কোনজন ভাৰতীয়ই সৰ্বপ্ৰথমবাৰৰ বাবে
ভাৰতৰ বাহিৰত নৃত্য প্ৰদৰ্শন কৰিছিল?
ভাৰতৰ বাহিৰত নৃত্য প্ৰদৰ্শন কৰিছিল?
(ক) উদয় শংকৰ
(খ) মিঠুন চক্ৰবৰ্তী
(গ) ভাৰতী গুপ্ত
(ঘ) দেৱপ্ৰসাদ দাস
উত্তৰঃ উদয় শংকৰ
প্ৰশ্নঃ ভাৰতৰ প্ৰশাসনিক লোকপিয়লৰ
প্ৰথম আয়ুক্তজনৰ নাম কি?
প্ৰথম আয়ুক্তজনৰ নাম কি?
(ক) ফু দোৰজী
(খ) সুকুমাৰ শেন
(গ) এ চন্দ্ৰ শেখৰ
(ঘ) মিহিৰ শেন
উত্তৰঃ এ চন্দ্ৰ শেখৰ
প্ৰশ্নঃ নিন্মলিখিত ব্যক্তিসূহৰ পৰা কোনজনে
সৰ্বপ্ৰথম অক্সিজেন অবিহনে এভাৰেষ্ট জয় কৰিছিল?
সৰ্বপ্ৰথম অক্সিজেন অবিহনে এভাৰেষ্ট জয় কৰিছিল?
(ক) এডমন্ড হিলাৰি
(খ) ৰাকেশ শৰ্মা
(গ) জি শংকৰ কুৰুপ
(ঘ) কোনো ভাৰতীয়ই এই পৰ্যন্ত অক্সিজেন
অবিহনে এভাৰেষ্ট জয় কৰিব পৰা নাই
অবিহনে এভাৰেষ্ট জয় কৰিব পৰা নাই
উত্তৰঃ জি শংকৰ কুৰুপ
প্ৰশ্নঃ প্ৰথম কোন ভাৰতীয় ক্রিকেটাৰে ১ ৰ পৰা
১০ সকলো পজিশ্বনত বেট কৰিছিল?
১০ সকলো পজিশ্বনত বেট কৰিছিল?
(ক) শচীন তেন্ডুলকাৰ
(খ) ৰবিন সিং
(গ) অমৰ নাথ
(ঘ) ভিনু মানকাড়
উত্তৰঃ ভিনু মানকাড়
প্ৰশ্নঃ প্ৰথম কোন ভাৰতীয়ই অলিম্পিকত ব্যক্তিগত
পদক জয় কৰেছিল?
পদক জয় কৰেছিল?
(ক) সুশীল কুমাৰ
(খ) কে ডি যাদৱ
(গ) চেতন শৰ্মা
(ঘ) জে কে বাজাজ
উত্তৰঃ কে ডি যাদৱ
প্ৰশ্নঃ ভাৰতৰ প্ৰথম শিশু চলচ্চিত্ৰ শিল্পী কোন?
(ক) মন্দাকিনী
(খ) ভালচন্দ্ৰা
(গ) নাৰ্গিস দত্ত
(ঘ) জুবেইদা
উত্তৰঃ ভালচন্দ্ৰা
প্ৰশ্নঃ নিন্মলিখিত বেংক সমূহৰ পৰা কোনটো ভাৰতৰ প্ৰথম বেংক?
(ক) স্টেট বেংক অফ ইন্ডিয়া
(খ) কানাড়া বেংক
(গ) বেংক অফ হিন্দুস্থান
(ঘ) চাটাৰ্ড বেংক
উত্তৰঃ বেংক অফ হিন্দুস্থান
প্ৰশ্নঃ ভাৰতৰ প্ৰথম পৰমাণু কেন্দ্ৰ কত গঢ়ি উঠিছিল?
(ক) কলকাতা
(খ) তাৰাপুৰ
(গ) কটক
(ঘ) ভূপাল
উত্তৰঃ তাৰাপুৰ
প্ৰশ্নঃভাৰতৰ প্ৰথম মহিলা বিশ্ব বিদ্যালয় কত গডঢ়ি উঠিছিল?
(ক) কলকাতা
(খ) গুৱাহাটী
(গ) পুনে
(ঘ) দিল্লী
উত্তৰঃ পুনে
প্ৰশ্নঃ ভাৰতৰ প্ৰথম দেশীয় বেংক কোনটো?
(ক) দেনা বেংক
(খ) ৰিজাৰ্ভ বেংক
(গ) স্টেট বেংক অফ ইন্ডিয়া
(ঘ) পাঞ্জাব ন্যাশানাল বেংক
উত্তৰঃ পাঞ্জাব ন্যাশানাল বেংক
প্ৰশ্নঃ ভাৰতৰ প্ৰথম বিদেশী বেংক কোনটো ?
(ক) এক্সিচ বেংক
(খ) চাটাৰ্ড বেংক
(গ) এইচ এস বি সি বেংক
(ঘ) সিটি বেংক
উত্তৰঃ চাটাৰ্ড বেংক
প্ৰশ্নঃ ভাৰতৰ প্ৰথম মেডিকেল কলেজ কত স্হাপন কৰা হৈছিল?
(ক) কটক
(খ) জয়পুৰ
(গ) দিল্লী
(ঘ) কলকাতা
উত্তৰঃ কলকাতা
প্ৰশ্নঃ ভাৰতৰ প্ৰথম যুদ্ধ জাহাজ কোনটো ?
(ক) আই এন এস বিনাশ
(খ)আই এন এস শক্তি
(গ)আই এন এস বিক্ৰান্ত
(ঘ)আই এন এস অজয়
উত্তৰঃ আই এন এস বিনাশ
প্ৰশ্নঃ ভাৰতৰ প্ৰথম দ্ৰুতবেগী ৰেল
(সুপাৰ ফাস্ট ট্ৰেন) কোনটো?
(ক) হাওড়া দিল্লী ৰাজধানী এক্সপ্ৰেস
(খ) হাওড়া দিল্লী শতাব্দী এক্সপ্ৰেস
(গ) হাওড়া মুম্বাই দুৰন্ত এক্সপ্ৰেস
(ঘ) কালাকা মেল
উত্তৰঃ হাওড়া দিল্লী ৰাজধানী এক্সপ্ৰেস
প্ৰশ্নঃ ভাৰতৰ প্ৰথম ৰঙ্গীন চলচিত্ৰ কোনটো ?
(ক) ৰাজা হৰিশচন্দ্ৰ
(খ) আলম আৰা
(গ) কান কান ডান্স
(ঘ) পুন্ডলিক
উত্তৰঃ কান কান ডান্স
প্ৰশ্নঃ কোন ভাৰতীয়ই প্ৰথম ভাৰত ৰত্ন লাভ কৰিছিল ?
(ক) ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণণ
(খ) চি ৰাজাগোপালাচাৰী
(গ) সি ভি ৰামণ
(ঘ) ভগবান দাস
উত্তৰঃ চি ৰাজাগোপালাচাৰী
প্ৰশ্নঃ প্ৰথম কোন হলিউড চলচিত্ৰ হিন্দীত অনুবাদ কৰা হৈছিল?
(ক) জুৰাশিক পাৰ্ক
(খ) টাইটানিক
(গ) দ্য এন্ড
(ঘ) স্পাইডাৰ ম্যান
উত্তৰঃ জুৰাশিক পাৰ্ক
প্ৰশ্নঃ ভাৰতৰ প্রথম কোন নির্বাচনৰ ভোটদানৰ
সময়ত অমোছনীয় চিয়াহীৰ ব্যবহাৰ আৰম্ভ হয়?
সময়ত অমোছনীয় চিয়াহীৰ ব্যবহাৰ আৰম্ভ হয়?
(ক) ১৯৫২ চনৰ প্রথম সাধাৰণ নিৰ্বাচনত
(খ) ১৯৮২ চনৰ লোকসভা নিৰ্বাচনত
(গ) ২০০৬ চনৰ পশ্চিমবংগৰ বিধান সভা নির্বাচনত
(ঘ) ১৯৬২ চনৰ লোকসভা নির্বাচনত
উত্তৰঃ ১৯৬২ চশৰ লোকসভা নিৰ্বাচনত
0 Comments