Ads Area

প্ৰথম গোটঃ আৰ্হি পাঠঃ পদ্ধতি আৰু কৌশল | ব্যৱহাৰিক অসমীয়া (Byaharik Asamiya) Question And Answer | Gauhati University BA 3rd Semester Assamese Question And Answer | GU BA 3rd Semester Assamese Honours/Major Suggestion and Notes Assam | ব্যৱহাৰিক অসমীয়া (Byaharik Asamiya) BA 3rd Semester Books Download | ASM-SE-3014 Books Question And Answer | গুৱাহাটী বিশ্ববিদ্যালয় তৃতীয় ষাণ্মাসিকৰ ব্যৱহাৰিক অসমীয়া প্ৰশ্ন আৰু উত্তৰ

ব্যৱহাৰিক অসমীয়া (Byaharik Asamiya) Question And Answer | Gauhati University BA 3rd Semester Assamese Question And Answer | GU BA 3rd Semester Assamese Honours/Major Suggestion and Notes Assam | ব্যৱহাৰিক অসমীয়া (Byaharik Asamiya) BA 3rd Semester Books Download | ASM-SE-3014 Books Question And Answer | গুৱাহাটী বিশ্ববিদ্যালয় তৃতীয় ষাণ্মাসিকৰ ব্যৱহাৰিক অসমীয়া প্ৰশ্ন আৰু উত্তৰ

প্ৰথম গোটঃ আৰ্হি পাঠঃ পদ্ধতি আৰু কৌশল

 


প্রশ্নাৱলী

১) আৰ্হি পাঠ বা প্রুফ ৰিডিং কি ?

উত্তৰঃ আৰ্হি পাঠ বা প্ৰুফ ৰিডিং হল কোনো এখন গ্ৰন্থ বা পাণ্ডুলিপিৰ মুদ্ৰণৰ আগতে ভুল সংশোধন কৰা।

২) আৰ্হি পাঠৰ পদ্ধতি আৰু কৌশল বুলিলে কি বুজা ?

উত্তৰঃ আৰ্হি পাঠ বা প্ৰুফ চোৱা কাম কৰোঁতে আৰ্হি পাঠকজনে যিবোৰ নীতি, পদ্ধতি আৰু কৌশল অৱলন্ৱন কৰে, তাকে আৰ্হি পাঠৰ পদ্ধতি আৰু কৌশল বুলি কোৱা হয়।

৩) আৰ্হি পাঠকৰ কাম কি ?

উত্তৰঃ আৰ্হি পাঠকৰ কাম হৈছে আৰ্হিটো পঢ়োতে বানান শুদ্ধ হৈছেনে নাই তাক শুদ্ধভাৱে বিচাৰ কৰা।

৪) আৰ্হি চিহ্ন বা প্রুফ চিহ্ন (Proof Symbol) কাক বোলে ?

উত্তৰঃ আৰ্হি পাঠ বা প্ৰুফ ৰিডিঙৰ সময়ত কিবা ভুলৰ সংশোধনৰ নিদেৰ্শনা প্ৰদান কৰি যিবোৰ সাংকেতিক চিহ্ন ব্যৱহাৰ কৰা হয়, তাকে আৰ্হি চিহ্ন বা প্ৰুফ চিহ্ন বুলি কোৱা হয়।

৫) আৰ্হি চিহ্ন বা প্রুফ চিহ্নক কেইভাগত ভাগ কৰা হৈছে ?

উত্তৰঃ আৰ্হি চিহ্ন বা প্ৰুফ চিহ্নক ২টা ভাগত ভাগ কৰা হৈছে।

৬) স্বৰধ্বনি আৰু ব্যঞ্জনধ্বনি কাক বোলে?

উত্তৰঃ যিবোৰ ধ্বনি উচ্চাৰণ কৰোতে আনৰ সহায় লব নালাগে, সেই ধ্বনি বোৰকে স্বৰধ্বনি বোলে।
যিবোৰ ধ্বনি উচ্চাৰণ কৰোঁতে আন ধ্বনি সহায় লব লাগে, সেই ধ্বনি বোৰকে ব্যঞ্জনধ্বনি বোলে।


৭) ধ্বনি কাক বোলে ?

উত্তৰঃ 

৮) ‘ভাষা’ শব্দটো সংস্কৃত ভাষাৰ কি শব্দৰ পৰা আহিছে ?

উত্তৰঃ 

৯) যতি চিহ্ন কাক বোলে ?

উত্তৰঃ বাক্যৰ অৰ্থ প্ৰকাশ কৰিবলৈ, সম্বোধন কৰিবলৈ ছন্দ ৰক্ষাবাবে  বা উশাহ সলাবৰ বাবে বাক্যৰ মাজত বা শেষত ৰব পৰাকৈ যিবোৰ চিন ব্যৱহাৰ কৰা হয়, তাকে যতি চিহ্ন বোলে।

১০) কাৰ্যকৰী চিহ্ন আৰু টাইপ-সম্বন্ধীয় চিহ্ন কাক বোলে ? 

উত্তৰঃ

১১) “বিজ্ঞান লেখকৰ হাতপুথি” নামৰ কিতাপখনৰ লেখক কোন ? [2022]

উত্তৰঃ বিজ্ঞান লেখকৰ হাতপুথি নামৰ কিতাপ খনৰ লেখক ড॰ দীনেশ চন্দ্ৰ গোস্বামী। 

১২) বানান পদ্ধতি কাক বোলে ?

উত্তৰঃ 

১৩) ভাষা কি ?

উত্তৰঃ ভাষা হল মানুহৰ মনৰ ভাব, চিন্তা, আৱেগ-অনুভূতি, কল্পনাৰ প্ৰকাশৰ এক মাধ্যম।

১৪) সম্পাদনা কাক বোলে ?

উত্তৰঃ সহজ ভাষাত অন্য কাৰোবাৰ যিকোনো লেখা, প্ৰৱন্ধ, বাতৰি গোটোৱা, সংশোধন কৰা আৰু প্ৰকাশৰ উপযোগী কৰি তোলা কাৰ্যক সম্পাদনা বুলি কোৱা হয়।

১৫) সম্পাদনা কক্ষ বুলিলে কি বুজা ?

উত্তৰঃ সম্পাদনা কক্ষ হল বাতৰি কাকত-আলোচনী এখনৰ মূল চালিকা শক্তি।

১৬) 'বানান’ শব্দৰ আভিধানিক অর্থ কি ?

উত্তৰঃ বানান শব্দৰ আভিধানিক অৰ্থ হৈছে আখৰ-জোঁটনি।

১৭) আখৰ-জোঁটনিৰ প্ৰধান ধাৰা দুটা কি কি ?

উত্তৰঃ 

১৮) উচ্চাৰণ কি ?

১৯)ব্যাকৰণ বিভ্রাট বুলিলে কি বুজা ?

উত্তৰঃ
২০)বর্ণাশুদ্ধি কাক বোলে ?
[2022]

উত্তৰঃ 
২১) মুদ্রণ কি ?

উত্তৰঃ 
২২) পাণ্ডুলিপি বুলিলে কি বুজা ?

 উত্তৰঃ

২৩) অসমীয়া ভাষাৰ বানান পদ্ধতি কাক বোলে ? উদাহৰণসহ ব্যাখ্যা কৰা।

উত্তৰঃ 
২৪) আখৰ-জোঁটনিৰ ভুলৰ কাৰণসমূহ কি কি উল্লেখ কৰা?
[2022]

উত্তৰঃ 
২৫) অসমীয়া ভাষাত বাংলা ভাষাৰ শব্দ ভুলকৈ প্ৰয়োগ কৰা শব্দ বিভ্ৰাটৰ বিষয়ে লিখা।

উত্তৰঃ 
২৬) অসমীয়া ভাষাৰ সম্বন্ধবাচক শব্দৰ পৰিবৰ্তে ইংৰাজী শব্দৰ প্ৰয়োগত শব্দ বিভ্ৰাট ঘটা দেখা যায়৷ উদাহৰণসহকাৰে বুজাই লিখা। 

উত্তৰঃ

২৭)বিদেশী শব্দ আৰু থলুৱা শব্দৰ ক্ষেত্ৰত ণত্ববিধি আৰু ষত্ববিধিৰ ব্যৱহাৰ নাখাটে। তেনে ক্ষেত্ৰত শব্দ বিভ্ৰাট দেখা যায়। উদাহৰণসহকাৰে বুজাই লিখা।

উত্তৰঃ 
২৮) তৎসম শব্দৰ প্ৰয়োগত বিভ্ৰাটৰ সম্পৰ্কে চমু আলোচনা দাঙি ধৰা।

উত্তৰঃ 
২৯) অসমীয়া ভাষাত প্রয়োগ হোৱা শব্দ বিভ্ৰাটৰ তালিকা এখন প্ৰস্তুত কৰা। 


উত্তৰঃ

৩০) ব্যাকৰণ এটা ভাষাৰ বৈজ্ঞানিক ভেটি। — ব্যাখ্যা কৰা। 

উত্তৰঃ ব্যাকৰণ এটা ভাষাৰ বৈজ্ঞানিক ভেটি। কাৰণ  মানুহৰ মুখে মুখে প্ৰচলিত হৈ থাকোতে এটা ভাষাই ভিন ভিন ৰূপ পৰিগ্ৰহণ কৰে। ফলস্বৰূপে একেটা ভাষাকে ভিন ভিন লোকে ভিন ভিন ধৰণে প্ৰয়োগ কৰিবলৈ লয় আৰু এটা অঞ্চলৰ মানুহে ব্যৱহাৰ কৰা ভাষা আন এটা অঞ্চলৰ মানুহৰ বাবে আচহুৱা হৈ পৰে। কিন্তু সামগ্ৰিক ভাৱে অঞ্চলসমূহৰ মাজত ভাৱৰ আদান-প্ৰদান বাবে একোটি মান্যভাষাৰ প্ৰয়োজন হয়। মান্যতা ৰক্ষা বাবে প্ৰয়োজন হয় ব্যাকৰণ। ব্যাকৰণ হল একোটা ভাষা প্ৰয়োগৰ নিয়ম-নীতি ভাষাৰ স্বৰূপ, বাবদ গঠণ প্ৰণালী আৰু প্ৰয়োগ প্ৰণালী আদিৰ সম্পৰ্কে ব্যাকৰণ পুথিত কিছুমান ধৰা-বন্ধা নিয়ম থাকে।

৩১) আৰ্হি পাঠক কাক বোলে ? আৰ্হি পাঠকে কোনবোৰ দিশত সচেতন হোৱাটো অতি প্রয়োজন। বুজাই লিখা।

উত্তৰঃ 
৩২) অসমীয়া ভাষাত চিহ্নৰ ব্যৱহাৰৰ বিষয়ে বুজাই লিখা। 

উত্তৰঃ

৩৩) অসমীয়া ভাষাত উদ্ধৃতিৰ উৰ্দ্ধকমা ব্যৱহাৰৰ বিষয়ে বুজাই লিখা।

উত্তৰঃ 
৩৪) এজন আদর্শ আৰ্হি পাঠকৰ বৈশিষ্ট্যসমূহ কি কি ? 

উত্তৰঃ এজন আৰ্হি পাঠকৰ বৈশিষ্ট্যসমূহ হৈছে-

ক) আৰ্হি পাঠকজনৰ সাধাৰণতে বানান আৰু ভাষাৰ ক্ষেত্ৰত বিশেষ দক্ষতা থাকিব লাগিব। 

খ) আৰ্হি পাঠ বা প্ৰুফ চোৱাৰ সময়ত ব্যৱহাৰ কৰা সাংকেতিক চিহ্নৰ জ্ঞান থাকিব লাগিব।

গ) আৰ্হি পাঠ বা প্ৰুফ চোৱাৰ সময়ত প্ৰকাশন গোষ্ঠী বা কাকত -আলোচনীৰ সম্পাদনাৰ নীতি-নিয়ম, বানান পদ্ধতি সমূহ অনুসৰণ কৰিব লাগে। তাৰ লগতে নিদিৰ্ষ্ট এখন অভিধান আৰু ব্যাকৰণ ব্যৱহাৰ কৰিব লাগে।

ঘ) আৰ্হি পাঠক বা প্ৰুফ ৰিডাৰৰ কম্পিউটাৰৰ ব্যৱহাৰিক জ্ঞান থকাটো অতি প্ৰয়োজন। কাৰণ আজি-কালি প্ৰকাশন, প্ৰেছ, কাকত-আলোচনীৰ বেছিভাগ কাম কম্পিউটাৰত সম্পূৰ্ণ কৰা হয়। সেইবাবে আৰ্হি পাঠক বা প্ৰুফ ৰিডাৰৰ কম্পিউটাৰৰ ব্যৱহাৰিক জ্ঞান থকাৰ লগতে ডিটিপি কৰা আৰু সংশোধন কৰাৰ প্ৰাথমিক জ্ঞান থাকিলে কামটো ভালকৈ সম্পাদনা কৰিব পাৰিব।

ঙ) আৰ্হি পাঠক বা প্ৰুফ ৰিডাৰ এগৰাকীয়ে সকলোধৰণৰ ভাষা জানিব লাগে। কাৰণ কিতাপ, বাতৰি কাক-আলোচনীত ভাষা তথা শব্দৰ ব্যৱহাৰৰ ক্ষেত্ৰত সুকীয়া শৈলী থাকে। 

চ) আৰ্হি পাঠক বা প্ৰুফ ৰিডাৰ এগৰাকীয়ে অতি কম সময়ত প্ৰুফ চাই দিব লাগে। বিশেষকৈ বাতৰি কাকত-আলোচনীত কম সময়ৰ ভিতৰত লেখনিসমূহ প্ৰকাশ কৰাৰ বাবে সাজু কৰি দিব লাগে। সেইবাবে কিতাপৰ প্ৰুফ চোৱাত কৈ বাতৰি কাকত-আলোচনীৰ প্ৰুফ অতি দ্ৰুতভাৱে চাই দিব লাগে বা কামসমূহ সূচাৰুৰূপে সম্পাদনা কৰিব লাগেষ

৩৫) সম্পাদনা বুলিলে কি বুজা ? সম্পাদনা কক্ষ কাক কাক লৈ গঠন কৰা হয়?

উত্তৰঃ 
৩৬) গ্ৰন্থ এখনৰ ক্ষেত্ৰত সম্পাদনা কাৰ্যটো হৈছে অতি গুৰুত্বপূৰ্ণ। ব্যাখ্যা কৰা? ়

উত্তৰঃ

৩৭) গ্ৰন্থ, বাতৰি কাকত-আলোচনী সম্পাদনা কৰাজন কোনো বিখ্যাত সৃষ্টিশীল লেখক নহ'বও পাৰে, কিন্তু ব্যক্তিজনৰ কিছুমান গুণ থকাটো অতি প্রয়োজনীয়। গুণসমূহ কি কি উল্লেখ কৰা ?

উত্তৰঃ 

৩৮) গৱেষণা পত্র কাক বোলে ? গৱেষণা পত্ৰৰ মূল বৈশিষ্ট্যসমূহ কি কি ? 

উত্তৰঃ গৱেষণাৰ ষোগেদি লাভ কৰা বিশেষ জ্ঞানৰ বিৱৰণেই হল গৱেষণা পত্ৰ।

গৱেষণা পত্ৰ মূল বৈশিষ্টসমূহ হলঃ

১। গৱেষণাৰ অন্তৰ্ভুক্ত বিষয়ৰ প্ৰসংগসমূহ যুক্তি তথ্যৰে সমৰ্থিত হব লাগে।

২। গৱেষণা পত্ৰৰ লিখন শৈলী সুনিদিৰ্ষ্ট নিয়ম থাকে। ইয়াত পৰিভাষিক শব্দ আৰু নকসাৰ প্ৰয়োগ মনকৰিবলগীয়া।

৩। গৱেষণা পত্ৰ বস্তুনিষ্ঠ হব লাগে।

৪। তথ্য আধাৰিত হব লাগে।

৫। গৱেষণা পত্ৰ সমূহ সামাজিক, সাহিত্যিক, সাংস্কৃতিক, বিজ্ঞান-প্ৰযুক্তি  সম্পৰ্কীয় হব পাৰে।

৩৯) গৱেষণা পত্ৰৰ উপাদানসমূহ কি কি ?

উত্তৰঃ গৱেষণা পত্ৰৰ উপাদানসমূহ হল 

ক) শীৰ্ষক, 

খ) সাৰাংশ,

গ) আলোচনা

ঘ) উপসংহাৰ

ঙ) কৃতজ্ঞতা জ্ঞাপন

চ) সংক্ষিপ্ত কৰা শব্দ আৰু প্ৰত্যক চিহ্নৰ তালিকা

ছ) প্ৰাসঙ্গিক টোকা আৰু গ্ৰন্থপঞ্জী।

৪০) ভাল লেখনৰ কৌশল আৰু গুণাৱলীসমূহ কি কি? 

উত্তৰঃ

৪১) সাৰাংশ লিখনৰ বিষয়ে চমু আলোচনা আগবঢ়োৱা । 

উত্তৰঃ

৪২) প্রবন্ধ লিখনৰ বিষয়ে চমু আলোচনা আগবঢ়োৱা।

উত্তৰঃ 
৪৩) গ্রন্থ সমালোচনা কি ? কেনেকৈ গ্রন্থ সমালোচনা কৰা হয় ?

উত্তৰঃ

(৪৪) আধুনিক অসমীয়া আখৰ-জোঁটনিৰ বেমেজালি বা খেলিমেলি দিনে দিনে বাঢ়ি গৈ আছে। কাৰণসমূহ কি কি আলোচনা কৰা ?

উত্তৰঃ 
(৪৫) অসমীয়া ভাষাত বিভ্রান্ত কৰা শব্দ আৰু বানান পদ্ধতি সম্পর্কে আলোচনা কৰা।

উত্তৰঃ 

(৪৬) আহি পাঠ বা প্রুফ ৰিডিং কি ? আৰ্হি পাঠৰ পদ্ধতি আৰু কৌশল বুলিলে কি বুজা ?

উত্তৰঃ 
৪৭) আৰ্হি চিহ্ন বা প্রুফ চিহ্ন (Proof Symbol) কাক বোলে ? আৰ্হি চিহ্ন বা প্রুফ চিহ্নক কেইভাগত ভাগ কৰা হৈছে আৰু কি কি?

উত্তৰঃ 


৪৮) চমুটোকা লিখা

(ক) আৰ্হি পাঠ বা প্রুফ ৰিডিং।

(খ) আৰ্হি চিহ্ন বা প্রুফ চিহ্ন।

(গ) গ্রন্থ সমালোচনা।

(ঘ) প্রবন্ধ লিখন।

(ঙ) সাৰাংশ লিখন।

(চ) পাণ্ডুলিপি।

(ছ) অসমীয়া ভাষাত বিভ্ৰান্ত কৰা শব্দ আৰু বানান পদ্ধতি।

(জ) আৰ্হি পাঠৰ পদ্ধতি আৰু কৌশল।

(ঝ) অসমীয়া ভাষাত চিহ্নৰ ব্যৱহাৰ৷

(ঙ) সম্পাদনা।

(ট) অসমীয়া ভাষাত চিহ্নৰ ব্যৱহাৰ।

৪৯) শুদ্ধ নে অশুদ্ধ লিখা।

(ক) স্বতন্ত্রভাৱে ব্যৱহাৰ কৰিব পৰা ভাষাৰ ক্ষুদ্রতম গোটেই হৈছে শব্দ।

(খ) অসমীয়া শব্দসমূহক ছয়ভাগত ভাগ কৰা হৈছে।

(গ) গ্ৰন্থ এখনৰ ক্ষেত্ৰত সম্পাদনা কাৰ্যটো হৈছে অতি গুৰুত্বপূৰ্ণ।

(ঘ) আখৰ-জোঁটনিৰ ধাৰা প্ৰধানকৈ দুটা ভাগত ভাগ কৰা হৈছে।

(ঙ) ভুল শব্দৰ প্ৰয়োগৰ বাবে অৰ্থৰ বিকৃতি ঘটে।

(চ) ব্যাকৰণ এটা ভাষাৰ বৈজ্ঞানিক ভেটি নহয়।

ছ) গ্ৰন্থ, বাতৰি কাকত-আলোচনী সম্পাদনা কৰাজন কোনো বিখ্যাত সৃষ্টিশীল লেখক হ’ব লাগিব।

(জ) ভাষাৰ জৰিয়তে সাহিত্যৰ ভেটি সুদৃঢ় হয়।

(ঝ) ড০ উইলিয়াম কেৰীৰ উদ্যোগত আত্মাৰাম শৰ্মাৰ দ্বাৰা অনূদিত ‘ধর্মপূস্তক’কে আছিল অসমীয়া লিখিত ভাষাত ছপা হোৱা প্ৰথম গ্ৰন্থ।

Post a Comment

0 Comments